- পুৱাই খাৰঘূলিস্থিত জাইকাৰ প্রকল্প পৰিদৰ্শন মন্ত্রী অশোক সিংঘালৰ
- পৰিদৰ্শকালত উপস্থিত নাছিল কাৰিকৰী বিভাগৰ কোনো কৰ্মচাৰী

- কৰ্তব্যত গাফিলতি আৰু অনুপস্থিত কৰ্মচাৰীৰ বিৰুদ্ধে হ’ব ব্যৱস্থা
- জল ব’ৰ্ডক ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ মন্ত্রীগৰাকীৰ
- ইয়াৰ পিছতে ৰাজগড়ৰ পাইপ বিস্ফোৰণস্থলী পৰিদৰ্শন মন্ত্রীগৰাকীৰ

- ক্ষতিগ্রস্ত পাইপলাইনৰ মেৰামতিৰ কাম-কাজৰ অগ্রগতিৰ পৰ্যবেক্ষণ
- মেৰামতিৰ কাম শীঘ্রে সম্পন্ন কৰিবলৈ বিষয়ববীয়াক নিৰ্দেশ

