মন্ত্ৰী অশোক সিংঘালে আয়োজিত এক বৈঠকত গুৱাহাটী পৌৰ নিগমৰ কাম-কাজৰ পৰ্যালোচনা কৰে…

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক বৈঠকত গুৱাহাটী পৌৰ নিগমৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

নিগমৰ গোটা আৱৰ্জনা নিষ্কাশন ব্যৱস্থাপনাৰ শেহতীয়া স্থিতিৰ বুজ লোৱাৰ লগতে আৱৰ্জনা সংগ্ৰহৰ কামত নিয়োজিত বেচৰকাৰী সংস্থা,

আত্মসহায়ক গোট তথা ৱাৰ্ড উন্নয়ন সমিতিসমূহৰ বাবে পৌৰ নিগমে প্ৰস্তুত কৰা খচৰা এছ অ’ পি সন্দৰ্ভতো আজিৰ বৈঠকত আলোচনা কৰা হয়৷

Related Articles