August 8, 2021 মন্ত্ৰী অতুল বৰা ক’ভিড পজিটিভ Share FacebookTwitterWhatsAppTelegramKooEmail “মই মৃদু লক্ষণৰ সৈতে ক’ভিড-19 পজিটিভ ।যিসকলে মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকক মই অতি সোনকালে নিজকে পৰীক্ষা কৰাবলৈ অনুৰোধ জনাইছো,” মন্ত্ৰী অতুল বৰাই টুইট কৰে। ক’ভিড-19 পজিটিভ হোৱা কথা মন্ত্ৰী গৰাকীয়ে এটা টুইট যোগে সদৰি কৰে। Author: দৈনন্দিন বাৰ্তা Related Articles বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱৰ আজি ভৰ দৌলঃ লোকে লোকাৰন্য বৰপেটা সত্ৰ চৌহদ দৈনন্দিন বাৰ্তা - March 3, 2026 জাতীয় সাজপাৰ পৰিধান কৰিহে দৰ্শন কৰিব পাৰিব শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ দৈনন্দিন বাৰ্তা - March 3, 2026 আজি ফল্গু উৎসৱঃ আবিৰৰ ৰঙেৰে ৰঙীণ হওক সকলোৰে মন… দৈনন্দিন বাৰ্তা - March 3, 2026