নেঘেৰিটিঙৰ শিৱদৌল আহোম যুগৰ কাৰুকাৰ্যৰ এক সুন্দৰ নিৰ্দশন আৰু অসমৰ ঐতিহ্যপূৰ্ণ পৰ্যটনৰ অন্যতম আকৰ্ষণস্থলী।

আজি পুৱাই জীয়ৰী পূৰ্বাশাৰ সৈতে ঐতিহ্যমণ্ডিত নেঘেৰিটিং শিৱদৌল দৰ্শন কৰি সকলোৰে মংগল কামনাৰে দেৱাদিদেৱ মহাদেৱৰ ওচৰত সেৱা জনাই মন্ত্ৰী অতুল বৰাই।