Breaking

শিৱসাগৰত মন্ত্ৰী বিমল বৰাৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত, আহত দুগৰাকী আৰক্ষী…

0 158

শিৱসাগৰত মন্ত্ৰী বিমল বৰাৰ কনভয় বাহন দুৰ্ঘটনাগ্ৰস্ত।


দুৰ্ঘটনাত সামান্যভাৱে আঘাতপ্ৰাপ্ত দুগৰাকী কৰ্তব্যৰত আৰক্ষী জোৱান।


প্ৰধানমন্ত্ৰীৰ সভালৈ গৈ থকা অৱস্থাতে শিৱসাগৰৰ প্ৰগতি হাস্পতালৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়।

চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই! সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে দুগৰাকী আৰক্ষী।

Leave A Reply