June 23, 2021 মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ টিকাকৰণ অভিযান পৰিদৰ্শন Share FacebookTwitterWhatsAppTelegramKooEmail মাননীয় অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চলিত টিকাকৰণ অভিযান পৰিদৰ্শন কৰিবলৈ আজি মহানগৰৰ বিভিন্ন চিভিচি পৰিদৰ্শন কৰে। এই ভ্ৰমণত তেওঁৰ সৈতে উপস্থিত থাকে মহানগৰ উপযুক্ত শ্ৰী বিশ্বজিৎ পেগু ,আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়াসকল। Author: দৈনন্দিন বাৰ্তা Related Articles অগ্নিগৰ্ভা পৰিস্থিতিৰ পাছত কাৰ্বি প্ৰতিনিধিৰ সৈতে দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক, লোৱা হ’ল একাধিক সিদ্ধান্ত দৈনন্দিন বাৰ্তা - December 26, 2025 তিৱা–ৰাভা–মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক স্বীকৃতিৰ দিশে অগ্ৰগতি, কেন্দ্ৰৰ সৈতে আলোচনাৰ আশ্বাস দিলে গৃহমন্ত্ৰী অমিত শ্বাহে দৈনন্দিন বাৰ্তা - December 26, 2025 ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল নিৰ্ধাৰণলৈ অসমত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন । দৈনন্দিন বাৰ্তা - December 26, 2025