আজি পুৱাই পৱিত্ৰ শক্তিপীঠ শ্ৰীশ্ৰী মা কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰি মাৰ আশীষ লয় মন্ত্ৰী পিয়ূষ হাজৰিকাই।

পৰম কৃপাময়ী দেৱীমাৰ আশিস সকলোৰে ওপৰত সদায়েই যেন বৰষি থাকে তাকেই কামনা কৰে মন্ত্ৰী পিয়ূষ হাজৰিকাই ৷