মহানগৰী বশিষ্ঠ মন্দিৰত মন্ত্ৰী অশোক সিংঘালৰ স্বচ্ছ অভিযান কাৰ্যসূচী।
অযোধ্যত ৰামলালা প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে মন্দিৰ প্ৰাংগন পৰিষ্কাৰ কৰে মন্ত্ৰীগৰাকী।
মন্ত্ৰীগৰাকীৰ সৈতে চাফাই অভিযানত সংগ দিয়ে মেয়ৰ মৃগেন শৰণীয়াই।
অসমবাসীক কাইলৈ ঘৰে ঘৰে চাকি বন্তি জ্বলাই দিৱালী সদৃশ পৰিৱেশ সৃষ্টি কৰাৰ আহ্বান মন্ত্ৰীগৰাকীৰ।

