December 7, 2023 আমেৰিকাত পুনৰ লাছ ভেগাছৰ নেভাডা বিশ্ববিদ্যালয়ত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণ… Share FacebookTwitterWhatsAppTelegramKooEmail আমেৰিকাত পুনৰ নৰসংহাৰৰ ঘটনা। লাছ ভেগাছৰ নেভাডা বিশ্ববিদ্যালয়ত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণ। গুলীবৰ্ষণত ঘটনাস্থলীতে ৩জন লোকৰ মৃত্যু। আন এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত আক্ৰমণকাৰী। Author: দৈনন্দিন বাৰ্তা Related Articles অশান্ত মধ্যপ্ৰাচ্যঃ চাৰি শতাধিক আন্তঃৰাষ্ট্ৰীয় বিমান বাতিলৰ সম্ভাৱনা ভাৰতৰ দৈনন্দিন বাৰ্তা - March 2, 2026 বিশ্বত তৃতীয় বিশ্বযুদ্ধৰ উক্মুকনি ! খেমেইনীক ইতিহাসৰ অন্যতম দুষ্ট লোক আখ্যা ট্ৰাম্পৰ দৈনন্দিন বাৰ্তা - March 2, 2026 ইজৰাইল-ইৰানৰ মহাযুদ্ধৰ মাজতে পাকিস্তান-আফগানিস্তানৰ যুদ্ধ দৈনন্দিন বাৰ্তা - March 2, 2026