December 7, 2023 আমেৰিকাত পুনৰ লাছ ভেগাছৰ নেভাডা বিশ্ববিদ্যালয়ত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণ… Share FacebookTwitterWhatsAppTelegramKooEmail আমেৰিকাত পুনৰ নৰসংহাৰৰ ঘটনা। লাছ ভেগাছৰ নেভাডা বিশ্ববিদ্যালয়ত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণ। গুলীবৰ্ষণত ঘটনাস্থলীতে ৩জন লোকৰ মৃত্যু। আন এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত আক্ৰমণকাৰী। Author: দৈনন্দিন বাৰ্তা Related Articles জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্রতিবাদ কৰি বিপদত অভিনেতা ইমৰান খান দৈনন্দিন বাৰ্তা - October 15, 2026 CJPৰ ২ নেতাক ৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ দৈনন্দিন বাৰ্তা - October 14, 2026 পুনৰ আটক ২ CJP নেতাঃ আশুতোষ ৰাংকা আৰু সৌৰভ দাসক আটক দৈনন্দিন বাৰ্তা - October 13, 2026