July 12, 2024 যোৰহাটৰ নিৰুদ্দিষ্ট ছাত্ৰক লক্ষ্ণৌৰ পৰা উদ্ধাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail যোৰহাটৰ নিৰুদ্দিষ্ট ছাত্ৰক উদ্ধাৰ ৷ লক্ষ্ণৌৰ পৰা উদ্ধাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ সুশিন্দৰ ৰায়ক ৷ কিন্তু এতিয়াও সন্ধানহীন পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৰাহুল সিং৷ ২০ ফেব্ৰুৱাৰীতে সন্ধানহীন হৈছিল ৰাহুল৷ Author: দৈনন্দিন বাৰ্তা Related Articles ৫০ জনৰ অধিক নেতা–কৰ্মী অসমৰ বিজেপিত যোগদান । BJP দৈনন্দিন বাৰ্তা - July 17, 2025 “আৰক্ষীৰ শূণ্যলৈ গুলি চালনা ” । “এজনৰ মৃত্যু কেইবাজনো আহত ।” Goalpara দৈনন্দিন বাৰ্তা - July 17, 2025 Summer Drama Workshop: অসম আদৰ্শ বিদ্যালয়ত গ্ৰীষ্মকালীন নাটকৰ কৰ্মশালা দৈনন্দিন বাৰ্তা - July 17, 2025