August 14, 2024 ২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা-৩.০… Share FacebookTwitterWhatsAppTelegramKooEmail ২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা-৩.০। মহানগৰীৰ বৰাগাঁৱৰ কৃষ্ণনগৰত ঘোষণা মুখ্যমন্ত্রীৰ। মাটিৰ প্ৰিমিয়াম হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। সকলোকে বসুন্ধৰাৰ অধীনত ভূমিপট্টাৰ বাবে আবেদনৰ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। Author: দৈনন্দিন বাৰ্তা Related Articles মিত্ৰতাৰ ধৰ্ম পালন কৰিলে কোনো সমস্যাই উদ্ভৱ নহ’লেহেতেন: অতুল বৰা – ATUL BORA দৈনন্দিন বাৰ্তা - July 16, 2025 snake in Sawan month: শাওণ মাহত সাপ দেখাৰ অৰ্থ কি, পৰিয়ালৰ বাবে শুভ নে অশুভ ? দৈনন্দিন বাৰ্তা - July 15, 2025 Himanta Biswa Sarma: মুখ্যমন্ত্ৰীৰ সংবাদমেলঃ ৰাজ্যত চলি থকা উচ্ছেদ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৈনন্দিন বাৰ্তা - July 15, 2025