Mizoram: দেশৰ প্ৰথমখন পূৰ্ণ সাক্ষৰ ৰাজ্যৰূপে পৰিগণিত মিজোৰাম

দেশৰ প্ৰথমখন পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে স্বীকৃতি লাভ মিজোৰামৰ।(Mizoram)

কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে প্রদান কৰিলে মিজোৰামক পূৰ্ণ সাক্ষৰতাৰ স্বীকৃতি।

মিজোৰামে ৯৭% সাক্ষৰতাৰ সীমা অতিক্ৰম কৰিছে।

ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য মিজোৰাম।

মঙলবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই মিজোৰামক দেশৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰে।

মিজোৰাম বিশ্ববিদ্যালয় (এম জি ইউ)ত অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীৰ উপস্থিতিত এই ঘোষণা কৰে লালডুহোমাই।

Related Articles