April 19, 2024 ভোটাধিকাৰ সাব্যস্ত বিধায়ক বিশ্বজিৎ ফুকনৰ… Share FacebookTwitterWhatsAppTelegramKooEmail অষ্টাদশ লোক সভাৰ নিৰ্বাচনত ভোট দান কৰিলে বিধায়ক বিশ্বজিৎ ফুকনে ৷ নতুন যোৰহটীয়া গাঁৱৰ শিশু কল্যান প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত পত্নী, কন্যাৰ সৈতে ভোট দান কৰে বিধায়ক ফুকনে ৷ Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025 জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ? দৈনন্দিন বাৰ্তা - December 13, 2025