Breaking

সংখ্যালঘু অধ্যুক্ষিত অঞ্চল সৰভোগৰ বালাভিঠাত পকীকৰণ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক মনোৰঞ্জন তালুকদাৰৰ…

0 79

সংখ্যালঘু অধ্যুক্ষিত অঞ্চল সৰভোগৰ বালাভিঠাত পকীকৰণ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক মনোৰঞ্জন তালুকদাৰৰ সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক বৰ্তমানৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংখ্যালঘু অধ্যুষিত অঞ্চলত এক চাপৰা মাটি পেলাব নোৱাৰা অঞ্চলত বিধায়ক মনোৰঞ্জন তালুকদাৰে পকী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ।

সৰভোগ সমষ্টিৰ বালাভিঠাত ৰাস্তা-ঘাটৰ বিভিন্ন সমস্যাক লৈ তৎপৰ হৈছে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে

অসম চৰকাৰৰ ২০২২- ২৩ বিত্তীয় বৰ্ষৰ RIDF আচনিৰ অধীনস্থ মুখ্যমন্ত্ৰী মথাউৰি পকীকৰণ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাভিঠাৰ পৰা জয়পুৰ হৈ চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কামৰ শুভাৰম্ভ কৰে । মুঠ পাচ কোটি সাইত্ৰিছ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব পথৰ কাম

লোক নিৰ্মাণ বিভাগৰ ৰাজীৱ দাস আৰু তৰুণ ৰায়ৰ নেতৃত্বত পথ পকীকৰণৰ কাম চলি থাকিব

খুব কম দিনতে নিৰ্মাণ কৰিব পথৰ কাম । ৰাইজৰ সহায়-সহযোগিতা বিচাৰিছে বিধায়ক মনোৰঞ্জন তালুকদাৰে আৰু ইপিনে সৰভোগৰ ৰেল লাইনত খুব কম সময়তে ফ্লাই অভাৰৰ কাম উদ্বোধন কৰিব বুলি বিধায়কে জানিব দিয়ে ।

সৰভোগৰ পৰা ৰমিজ তালুকদাৰৰ ৰিপোৰ্ট

Leave A Reply