Breaking

১০হাজাৰৰো অধিক ৰাইজৰ উপস্থিতিত বিধায়ক পদ্ম হাজৰিকাক ‘ভৰলী কোঁৱৰ’ উপাধি প্ৰদান

0 82

বিধায়ক পদ্ম হাজৰীকাক ভৰলী কোঁৱৰ উপাধি প্ৰদান ৷ নদুৱাৰ প্ৰেচ ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে জামুগুৰিহাটত আয়োজন কৰা বৃহৎ সভাত ‘আয়তীৰ উৰুলি ডবা ,কাঁহ ,শংখ ধ্বনিৰ মাজত প্ৰদান কৰা হয় এই উপাধি ৷

উপাধি প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক য়েচে দৰজে ঠংচি, অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, পদ্মশ্ৰী ডা。ইলিয়াচ আলী আদিকে ধৰি ৰাজ্যৰ বহুকেইগৰাকী গন্যমান্য ব্যক্তি উপস্থিত থাক৷ সমষ্টিবাসী ৰাইজৰ প্ৰতিটো সুখ দুখৰ সমভাগী হোৱা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক আজি এই উপাধি প্ৰদান অনুষ্ঠান উপলক্ষে জামুগুৰিহাটত আজি পুৱাৰ পৰাই এক উদুলি মুদুলি পৰিবেশৰ সৃষ্টি হয়।

জামুগুৰিহাটৰ পৰা জোন বৰাৰ প্ৰতিবেদন

Leave A Reply