মানকাচৰৰ কাকৰীপাৰা ৰাজ্যিক চিকিৎসালয়ত বিধায়ক পুজিৰ এম্বুলেন্স সেৱা মুকলি।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলাকাৰ সীমান্তৱৰ্তী কাকৰীপাৰাত ৰাইজৰ স্বাস্থ্য সেৱাৰ বাবে বিধায়ক আমিনুল ইছলামে নিজৰ বিধায়ক পুজিৰ পৰা এখন এম্বুলেন্স বিতৰণ কৰি আজি ৰাইজৰ উপস্থিতিত মুকলি কৰে।

বহুদিনৰ মূৰত এনে পিছপৰা অঞ্চলত এম্বুলেন্স সেৱা পুনৰ পায় ৰাইজে বিধায়কক ধন্যবাদ জনায় ।
মানকাচৰৰ পৰা আশিক ইকবাল হোচেইনৰ প্ৰতিবেদন

