January 6, 2024 সুৰাপান কৰি গাড়ী চলাই আৰক্ষীৰ জালত বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰ… Share FacebookTwitterWhatsAppTelegramKooEmail সুৰাপান কৰি গাড়ী চলাই আৰক্ষীৰ জালত বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰ ৷ যোৰাবাট আৰক্ষীয়ে আটক কৰে ৰঞ্জিত দত্তৰ পুত্ৰ দ্বীপজ্যোতি দত্তসহ ৩ জন যুৱকক ৷ নিশা সুৰাপান কৰি ফৰছুনাৰ গাড়ী চলাই আহিছিল দ্বীপজ্যোতি দত্তই৷ Author: দৈনন্দিন বাৰ্তা Related Articles ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026