Mock Drills: ৭ মে’ত দেশজুৰি হ’ব মকড্রিল: ১৯৭১ চনৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ এই নির্দেশনা

ৰাজ্যলৈ গৃহ মন্ত্ৰালয়ৰ জৰুৰী নিৰ্দেশনা।(Mock Drills) সাধাৰণ নাগৰিকক সজাগ আৰু সচেতনৰ বাবে মকড্ৰিলৰ নিৰ্দেশ। ৭ মে’ত দেশজুৰি হ’ব মকড্রিল। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধৰ ইংগিত! ২৪ ঘন্টাৰ পিছতেই দেশজুৰি হ’ব যুদ্ধৰ অনুশীলন।দেশৰ ২৪৪ খন জিলাত হ’ব এই মকড্রিল। যুদ্ধৰ সময়ত ল’ব লগা প্রস্তুতি সম্পর্কীয় আখৰাৰ নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনতাক দিয়া হ’ব প্রশিক্ষণ। আকাশমাৰ্গেৰে আক্ৰমণৰ সময়ত ছাইৰেন বজোৱাৰ নিৰ্দেশ।

পেহেলগাম কাণ্ডৰ প্ৰতিশোধ পূৰণৰ বাবে তৎপৰ ভাৰত। সাধাৰণ জনতাক সজাগ আৰু সচেতনৰ বাবে মকড্ৰিলৰ নিৰ্দেশ। যুদ্ধৰ সময়ত ল’ব লগা প্রস্তুতি সম্পর্কীয় আখৰাৰ নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনতাক দিয়া হ’ব প্রশিক্ষণ। ‘ব্লেক আউট’ৰ সময়ত ল’ব লগা ব্যৱস্থাৰ হ’ব মকড্রিল।এয়াৰ ৰেইড ছাইৰেনৰো হ’ব প্রশিক্ষণ।


অনুষ্ঠিত হ’ব গৃহ মন্ত্রণালয়ৰ গুৰুত্বপূৰ্ণ বৈঠকো। কেন্দ্রীয় গৃহ সচিবে সকলো ৰাজ্যৰ গৃহ সচিব আৰু ৰাজ্যৰ মুখ্য সচিব সকলৰ সৈতে মিলিত হ’ব বৈঠকত। সকলো ৰাজ্যলৈ গৃহ মন্ত্ৰালয়ৰ জৰুৰী নিৰ্দেশনা। পহলগাম কাণ্ডৰ প্ৰতিশোধ পূৰণৰ বাবে তৎপৰ ভাৰত। কেইবাখনো ৰাজ্যত হ’ব যুদ্ধৰ অনুশীলন শত্রুপক্ষৰ আক্ৰমণৰ সময়ত নাগৰিকক ৰক্ষাৰ বাবে মকড্ৰিলৰ নিৰ্দেশ। সাধাৰণ নাগৰিক, ছাত্র-ছাত্রী আদিক প্রশিক্ষণ দিয়াৰ নিৰ্দেশনা আকাশমাৰ্গেৰে আক্ৰমণৰ সময়ত ছাইৰেন বজোৱাৰ নিৰ্দেশ জম্মু-কাশ্মীৰৰ উপৰিও পঞ্জাৱ, ৰাজস্থান, হাৰিয়ানা আদি সীমান্তৱৰ্তী সকলো ৰাজ্যত বিশেষ তৎপৰতা। ১৯৭১ চনৰ পাছত কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ দিছে এনে নির্দেশনা।

Related Articles