আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ।(Modi-Trump Phone Call)
অপাৰেচন সিন্দুৰ’ সন্দৰ্ভত ৩৫ মিনিট ধৰি টেলিফোনযোগে বার্তালাপ দুয়োগৰাকী ৰাষ্ট্ৰনেতাৰ মাজত ।
ভাৰতে সন্ত্রাসবাদক যোগ্য প্ৰত্যুত্তৰ দিছে বুলি ক’লে ট্রাম্পে।
আনহাতে প্ৰধানমন্ত্ৰীৰ মোদীক আমেৰিকালৈ আমন্ত্ৰণ ট্রাম্পৰ।
ড’নাল্ড ট্রাম্পকো ভাৰতলৈ আমন্ত্রণ জনালে মোদীয়ে।
অপাৰেশ্যন সিন্দুৰ, পাকিস্তানক লৈ বার্তালাপ দুয়োগৰাকী নেতাৰ।
জি-৭ শীৰ্ষ সন্মিলনত কানাডাত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে মোডীক সাক্ষাৎ কৰিব নোৱাৰাৰ বাবে বিভিন্ন বিষয়ত ৩৫ মিনিটৰ কথা-বতৰা পাতে তেওঁলোকে।