October 25, 2023 পুনৰ মৰেল পুলিচিঙৰ ঘটনা; ছাগলী চোৰৰ সন্দেহত ৩ যুৱকক গছত বান্ধি, চোলা খুলি নিৰ্মম প্ৰহাৰ একাংশ লোকৰ… Share FacebookTwitterWhatsAppTelegramKooEmail শিৱসাগৰৰ নামতিয়ালত মৰেল পুলিচিঙৰ ঘটনা। ৩ যুৱকক গছত বান্ধি, চোলা খুলি নিৰ্মম প্ৰহাৰ একাংশ লোকৰ। যুৱকত্ৰয়ক ছাগলী চোৰৰ সন্দেহত গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাটত কংগ্ৰেছৰ গৌৰৱ গগৈ-বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ মাজত যুজ এখন হ’ব… দৈনন্দিন বাৰ্তা - March 20, 2026 BJP: বিজেপি দলৰ তালিকা DB NEWSৰ হাততঃ বিজেপিৰ ৫ গৰাকী বিধায়কৰ টিকট কৰ্তন দৈনন্দিন বাৰ্তা - March 18, 2026 Gas Cylinder: গেছ কেনেকৈ ৰাহি কৰিব পাৰিঃ LPGৰ নাটনিৰ সময়ত গেছ ৰাহি কৰক দৈনন্দিন বাৰ্তা - March 18, 2026