Breaking

দেৰগাঁও সমষ্টিত অৰ্ধশতাধিক বিজেপি-অগপ কৰ্মীৰ কংগ্ৰেছত যোগদান…

0 73

অসমত ২০২৪ ৰ নিৰ্বাচনী দিন চমু চাপি অহাৰ লগে-লগে ৰাজনৈতিক দলসমূহৰ মাজত কুছকাৱাজ বৃদ্ধি পাইছে।আজি দেৰগাঁও সমষ্টিৰ অন্তৰ্গত পূব ব্ৰহ্মপুত্ৰ পঞ্চায়তৰ অধীনৰ ছগুৰি চাপৰিৰ নাট্য মন্দিৰত আয়োজিত এক যোগদান কাৰ্যসূচী অনুষ্ঠানত প্ৰায় অৰ্ধশতাধিক বিজেপি-অগপ পুৰুষ মহিলা কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে।

সভাৰ শেষত সংবাদ মাধ্যমৰ আগত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বহুতকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় আৰু কংগ্ৰেছ নেতৃবৃন্দই আজি নতুনকৈ কংগ্ৰেছ দলত যোগদান কৰা কৰ্মীসকলক আনুষ্ঠানিকভাৱে আদৰণি জনায়।

দিব্য জ্যোতি কাকতি প্ৰতিবেদন

Leave A Reply