Breaking

মৰিগাঁও কলেজত এনচিচি দিৱস উপলক্ষে ৰক্তদান শিবিৰ

0 70

এনচিচি দিৱস উপলক্ষে মৰিগাঁও মহাবিদ্যালয়ত মৰিগাঁও কলেজ এনচিচি ইউনিত আৰু অসম বিএনচিচিয়ে আয়োজন কৰে এক ৰক্তদান শিবিৰ।

ৰক্তদান শিবিৰত উপস্থিত থাকে  মৰিগাঁও মহাবিদ্যালয়ৰ  অধ্যক্ষ  ড০ লীলাকান্ত বৰা, উপাধ্যক্ষ  ড০ হেমলতা শৰ্মা, মহাবিদ্যালয়ৰ  এনচিচি বিভাগৰ চিটিঅ’ সমুজ্জল শইকীয়া, মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভাণ্ডাৰৰ  সচিবকে আদি কৰি সহকাৰী স্বাস্থ্য কৰ্মী সকলৰ ওপৰিও  মহাবিদ্যালয়ৰ শিক্ষাগুৰু সকলৰ লগতে এন চি চি ৰ ছাত্র ছাত্রী  সকল উপস্থিত আছিল।

উল্লেখ্য যে উক্ত ৰক্তদান শিবিৰত  ১৯ ইউনিত ৰক্তদান কৰা হয়। 

Leave A Reply