মৰিগাঁও আৰক্ষীৰ অভিযান। উদ্ধাৰ ৰাইফলসহ এজন…

নিশা মৰিগাঁও আৰক্ষীৰ অভিযান, সক্ৰিয় গুলি আৰু ৰাইফলসহ উদ্ধাৰ এজন। মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীৰ যৌথ অভিযানত লাহৰিঘাটৰ হুগলতলীৰ পৰা কৰায়ত্ত কৰিছে ছবোৰ উদ্দীন নামৰ ব্যক্তি জনক। ছবোৰ উদ্দিনৰ ঘৰৰ পৰা আৰক্ষীয়ে এটা ৰাইফল আৰু ৯ জাই সক্ৰিয় গুলি উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে ডকাইতি আৰু চোৰাং চিকাৰৰ লগত জড়িত থকাৰ সন্দেহ কৰিছে ছবোৰ উদ্দীনক।


লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন

Related Articles