Breaking

বহুতে নাজানে অমিতাভ বচ্চনৰ প্ৰকৃত নাম

0 1,284

দৈনন্দিন বাৰ্তা ডেস্ক : বহু লোকে নাজানে অমিতাভ বচ্চনৰ প্ৰকৃত নাম ৷ এই বিখ্যাত অভিনেতাজনৰ সংগ্ৰামী জীৱনে আনি দিলে সফলতা৷ অমিতাভ বচ্চনৰ প্ৰকৃত নাম শুনিলে হয়তু বহুৱেই আচৰিত হৈ পৰিব৷ প্ৰকৃততে অমিতাভ বচ্চনৰ সেইটো প্ৰকৃত নাম নহয়৷ বাল্যকালত তেওঁৰ নাম আছিল ‘ইনকিলাব’৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামত দিয়া ‘ইনকিলাব জিন্দাবাদ’ শ্ল’গানটোৰ পৰা তেওঁৰ পিতৃ আকৃষ্ট হৈ তেওঁৰ নামটো ‘ইনকিলাব’ দিয়া হৈছিল৷ কিন্তু পাছলৈ তেওঁৰ নামটো সলনি হৈ অমিতাভ হয়৷ উল্লেখ্য যে তেওঁৰ পিতৃ হৰিবংশ ৰায় বচ্চন আছিল এজন বিখ্যাত কবি ৷ আনহাতে মাতৃৰ নাম আছিল তেজী বচ্চন ৷ কিন্তু পাছলৈ তেওঁৰ নাম অমিতাভ বচ্চনলৈ পৰিৱৰ্তন কৰে ৷ এতিয়া এই নামেৰে বিখ্যাত একালৰ ‘ইনকিলাব’৷

Leave A Reply