Breaking

সাংসদ বদৰুদ্দিন আজমলৰ কংগ্ৰেছৰ হৈ ভোট ভিক্ষা…

0 49

কংগ্ৰেছৰ হৈ ভোট ভিক্ষা সাংসদ বদৰুদ্দিন আজমলৰ। হোজাইত সংবাদমেল পাতি বিস্ফোৰণ AIUDF প্ৰধানগৰাকীৰ।

সংখ্যালঘু ভোটাৰক লোকসভাত কংগ্ৰেছক ভোট দিয়াৰ আহ্বান।

নগাঁও, ধুবুৰী, কৰিমগঞ্জৰ বাহিৰে আন সমষ্টিবোৰত থাকিব কংগ্ৰেছলৈ সমৰ্থন। বিজেপিক ৰোধ কৰাৰ স্বাৰ্থত কংগ্ৰেছক ভোট দিয়াৰ আহ্বান।

Leave A Reply