মক্কাত মৃত্যু শিৱসাগৰ কৰদৈগুৰিৰ মুজিবুদ্দিন আহমেদৰ…

শিৱসাৰত শোকৰ বন্যা। মক্কাৰ পৰা আহিল এক দুঃসংবাদ। মক্কাত মৃত্যু হ’ল শিৱসাগৰ কৰদৈগুৰিৰ এগৰাকী হজযাত্ৰীৰ। সৰল আৰু উদাৰ প্ৰকৃতিৰ লোক জনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।


মৃত্যু হোৱা হজযাত্ৰী গৰাকীৰ নাম মুজিবুদ্দিন আহমেদ। মুজিবুদ্দিন আহমেদ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল।

Related Articles