Mukesh Ambani: এডভাণ্টেজ আছাম 2.Oত অংশ লৈ মুকেশ আম্বানীৰ কেইবাটাও ঘোষণা

এডভাণ্টেজ আছাম 2.Oত অংশ লৈ মুকেশ আম্বানীৰ কেইবাটাও ঘোষণা কৰে।(Mukesh Ambani)

আগন্তুক ৫ বছৰত ৫০ হাজাৰ কোটিৰ বিনোয়গ কৰিব।

AI ৰেডি ডাটা চেন্টাৰ নিৰ্মাণ হ’ব অসমত। (Advantage Assam 2.0)

অসমত মেগা ফুড পাৰ্ক স্থাপনৰ পৰিকল্পনা।

অসমত ৰিলায়েঞ্চ ৰিটেইল ষ্টোৰ ৪০০ পৰা ৮০০ লৈ বৃদ্ধি কৰা হ”ব।

সপ্ত তাৰকাযুক্ত অৱেৰয় হোটেল নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে ।

অসমত ১০ হাজাৰৰো অধিক কৰ্মসংস্থাপনৰ সৃষ্টি কৰাৰ পৰিকল্পনা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ।

Related Articles