Breaking

গোসাইগাঁৱৰ সাপকাটা বজাৰত প্ৰধান কোনচেপ্ট মাৰ্কেটিং প্ৰাইভেট লিমিটেড কোম্পানীৰ এখন ষ্টোৰ মুকুলি

0 59

প্ৰধান কোনচেপ্ট মাৰ্কেটিং প্ৰাইভেট লিমিটেড কোম্পানীৰ ষ্টোৰ সাপকাটা বজাৰত আনুষ্ঠানিক ভাৱে মুকুলি কৰা হয় । উক্ত ষ্টোৰ খনৰ শুভ উদ্বোধন কৰে সাপকাটা V.C.D.C ৰ সভানেত্ৰী পম্পী ভৌমিক।লগতে সহযোগ আগবঢ়ায় সমাজ সেৱক হাছেন আলী আৰু নুজৰুল ইছলাম মিঞা ।সাপকাটা বজাৰত থকা মাজিদুল ইছলামৰ নুৰ ষ্টোৰ নামৰ গেলামাল দোকানৰ লগত সংলগ্ন কৰি প্ৰধান কোনচেপ্ট মাৰ্কেটিং প্ৰাইভেট লিমিটেড কোম্পানীৰ এখন ষ্টোৰ মুকুলি কৰে ।

উল্লেখ যে লিমিটেড কোম্পানীৰ ডাইৰেক্টৰ :- ৰবিৰাম ৰায় আৰু মুখ্য উপদেষ্টা মতাহেৰ আলি প্ৰধানীয়ে প্ৰধান কোনচেপ্ট মাৰকেটিং প্ৰাইভেট লিমিটেড কোম্পানীৰ বিষয়ে কয় যে বিগত দিনত কোনো গ্ৰাহকে গেলা মাল দোকানৰ পৰা নৃত্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি ৰেহাই মূল্যত পোৱা নাছিল । কিন্তু আজি এই প্ৰধান কোঁনচেপ্ট মাৰ্কেটিংৰ যোগেদি সামগ্ৰী ক্ৰয় কৰিলে গ্ৰাহকে পাব দুই শতাংশ। ৰেহাই মূল্যত সকলো সামগ্ৰী গ্ৰাহকে কেনেকৈ পাব এই সু-সুবিধা জানো আহক সবিশেষ কোম্পানীটোৰ ডাইৰেক্টৰ মূখেৰে ।

Leave A Reply