Breaking

মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ আব্দুল ছালাম ভুট্টাভিৰ মৃত্যু…

0 68

মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ আব্দুল ছালাম ভুট্টাভিৰ মৃত্যু৷ হাফিজৰ মৃত্যুৰ তথ্য নিশ্চিত কৰিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ৷

হৃদৰোগত আক্ৰান্ত হৈ ২০২৩ৰ ২৯ মে’ত মৃত্যু হৈছিল হাফিজৰ৷

লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক সদস্য আছিল হাফিজ আব্দুল ছালাম ভুট্টাভি৷

Leave A Reply