Breaking

৪ কোটি টকাৰ বিদেশীক প্ৰতাৰণা কৰা মুম্বাইৰ ভুৱা কল চেণ্টাৰ…

0 53

মৰিচাছ আৰু উপসাগৰীয় দেশৰ বিদেশী নাগৰিকক ৪ কোটি টকাৰ প্ৰতাৰণা কৰা ভুৱা কল চেণ্টাৰ মুম্বাইৰ গোৰেগাঁৱত জব্দ কৰাৰ লগতে ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তসকলে বৈদেশিক মুদ্ৰা বিশেষজ্ঞৰ ৰূপ লৈ বিদেশীক প্ৰলোভিত কৰি তেওঁলোকৰ একাউণ্টত ২০০ ডলাৰ জমা কৰি সামগ্ৰীৰ ব্যৱসায় আৰম্ভ কৰে বুলি আৰক্ষীয়ে জনায়।

পূৰ্বে ছ’চিয়েল নেটৱৰ্কিং চাইটৰ জৰিয়তে ভুক্তভোগীৰ সৈতে যোগাযোগ কৰিছিল।

Leave A Reply