Breaking

শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী গেলেকী ৰঙাগড়াত নৃশংস হত্যাকাণ্ড

0 50

শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী গেলেকী ৰঙাগড়াত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে৷

পুৱতি নিশা ৰঙাগড়াৰ আনন্দ মুণ্ডা নামৰ এজন লোকে বাঁহৰ লাঠীৰে মৰিয়াই হত্যা কৰাৰ অভিযোগ নিজ পত্নীক৷

যাৰ ফলত ৰেণু মুণ্ডা নামৰ মহিলা গৰাকীৰ মৃত্যু হয়৷ এই হত্যা কাণ্ডই এতিয়া অঞ্চলজুৰি তীব্ৰ উত্তেজনা সৃষ্টি কৰিছে৷

ঘটনাস্থলীত গেলেকী আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ জিলা জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে৷

Leave A Reply