পুত্ৰই বোৱাৰীয়েকক হত্যা কৰা ঘটনাক অবিশ্বাস্য আখ্যা ৰামানুজ গোস্বামীৰ মাতৃৰ

পত্নীক নৃশংসভাৱে প্ৰাণ লোৱা ৰামানুজৰ মাতৃৰ ভাষ্য অনুসৰি ৰামানুজ তেনেকুৱা প্ৰকৃতিৰ ল’ৰাই নহয়। পত্নী ৰিয়া তালুকদাৰক কোঠাৰ ভিতৰতেই হত্য়া কৰিছিল স্বামী ৰামানুজ গোস্বামী। পুত্ৰই বোৱাৰীয়েকক নৃশংসভাৱে হ*ত্যা কৰা কাৰ্যক অবিশ্বাস্য আখ্যা ৰামানুজৰ মাতৃৰ। ৰামানুজনৰ মাতৃয়ে এই হত্যাকাণ্ড ঘটনাৰ সন্দৰ্ভত ক য়ে মই কথাটো মানি ল’ব পৰা নাই, সি তেনেকুৱা প্ৰকৃতিৰ ল’ৰাই নহয়। ৰাস্তাৰ মানুহকো সি সন্মান কৰে, ‘এই ঘটনা অবিশ্বাস্য আৰু অসহনীয়। অতি জঘন্যভাৱে পত্নীক হত্যা কৰিছিল ৰামানুজে। পত্নী ৰিয়াক কোঠাতে হত্যা কৰি ফ্ৰীজত কটা মূৰ ভৰাই থৈছিল ৰামানুজে।

ৰামানুজ গোস্বামীৰ মাতৃৰ ভাষ্য শুনক-

Related Articles