July 24, 2024 সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ দেহাৱসান… Share FacebookTwitterWhatsAppTelegramKooEmail সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ দেহাৱসান। কেন্সাৰ ৰোগত আক্ৰান্ত হৈ হায়দৰাবাদৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল সংগীতজ্ঞ পুষ্পৰঞ্জন দে। মৃত্যুৰ সময়ত সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ বয়স আছিল ৭৯ বছৰ। আজি নিজা বাসগৃহত শেষনিশ্বাস ত্যাগ কৰে সংগীতজ্ঞগৰাকীয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles খুচি কাশ্যপলৈ এন চি চিৰ ২০২৬ -২৭ বৰ্ষৰ বীৰ চিলাৰায় বঁটা দৈনন্দিন বাৰ্তা - September 4, 2026 অৱশেষত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ দৈনন্দিন বাৰ্তা - September 4, 2026 অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান… দৈনন্দিন বাৰ্তা - September 2, 2026