Mustafizur Rahman: KKRলৈ বিশেষ নিৰ্দেশনা BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ

IPLৰ পৰা বাদ পৰিল বাংলাদেশী ক্ৰিকেটাৰ।(Mustafizur Rahman)

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমান IPLৰ পৰা বাদ পৰিল।

KKRলৈ বিশেষ নিৰ্দেশনা BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ।

KKR দলে মুস্তাফিজুৰ ৰহমানক ক্ৰয় কৰাৰ পাছত সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ।

মুস্তাফিজুৰক বিমানবন্দৰৰ পৰাই খেদি পঠিওৱাৰ ভাবুকি দিছিল শিৱসেনাই।

ইয়াৰ পাছতেই বিশেষ নিৰ্দেশনা জাৰি BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ।

Related Articles