Breaking

মহানগৰীৰ অভিজাত ফ্লেটত মেঘালয়ৰ যুৱতীৰ ৰহস্যজনক মৃত্যু ! এপাৰ্টমেণ্টটোৰ তৃতীয় মহলাৰ ফ্লেটত উদ্ধাৰ মৃতদেহটো…

0 46

মহানগৰীৰ অভিজাত ফ্লেটত মেঘালয়ৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। ঋত্বিকা সোণাৰ নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ।

হাতীগাঁৱৰ জনপথৰ কাচা লিমিটেডো এপাৰ্টমেণ্টত এই ঘটনা।

এপাৰ্টমেণ্টটোৰ তৃতীয় মহলাৰ 3A নম্বৰ ফ্লেটত উদ্ধাৰ মৃতদেহটো। ৰূপেশ ৰয় নামৰ এজন যুৱকৰ সৈতে ‘লিভ ইন’ত আছিল যুৱতীগৰাকী। পশ্চিমবংগৰ বাসিন্দা ৰূপেশ ৰয়। নিশা ৰূপেশ ৰয়-ঋত্বিকা সোণাৰৰ মাজত হৈছিল কাজিয়া।

Leave A Reply