Breaking

বাঘবৰৰ মন্দিয়া আৰক্ষী চকীত লকআপৰ ভিতৰত অভিযুক্তৰ ৰহস্যজনক মৃত্যু…

0 24

বাঘবৰৰ মন্দিয়া আৰক্ষী চকীত লকআপৰ ভিতৰত অভিযুক্তৰ ৰহস্যজনক মৃত্যু।

SBIৰ CSPত চুৰিৰ ঘটনাত জড়িত থকাৰ অভিযোগত কৰিছিল আটক কৰিছিল বৰদলনীৰ লুৎফৰ ৰহমান ওৰফে ৰিংকুক।

আৰক্ষী চকীৰ লকআপৰ ভিতৰতে ৰহস্যজনকভাৱে মৃত্যু লুৎফৰৰ। ইয়াৰ পাছতে থানা ঘেৰাও কৰি প্ৰতিবাদ দল-সংগঠনৰ।

Leave A Reply