Breaking

গুৱাহাটী মহানগৰীত কিশোৰীৰ ৰহস্যজনক মৃত্যু…

0 63

গুৱাহাটী মহানগৰীত কিশোৰীৰ ৰহস্যজনক মৃত্যু। বিগত কিছুদিন ধৰি মানসিক ৰোগৰ চিকিৎসা চলি আছিল কিশোৰীগৰাকীৰ ।

নিজৰ কোঠাতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ।

বশিষ্ঠ আৰক্ষী, দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত CID, ফৰেনছিক দলৰ।

Leave A Reply