November 15, 2023 অবৈধ তীৰৰ বিৰুদ্ধে তীব্ৰতৰ নগাঁও আৰক্ষীৰ অভিযান… Share FacebookTwitterWhatsAppTelegramKooEmail অবৈধ তীৰৰ বিৰুদ্ধে তীব্ৰতৰ নগাঁও আৰক্ষীৰ অভিযান। আৰক্ষীৰ জালত তীৰ সম্ৰাট বাবুল আলীৰ ঘণিষ্ঠ দীনেশ বাচফৰ। কেইমাহমান পূৰ্বে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাবুল আলীক। নগাঁও সদৰ আৰক্ষী থানাত জেৰা চলোৱা হৈছে দীনেশ বাচফৰক। Author: দৈনন্দিন বাৰ্তা Related Articles ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026