আজি মহানৱমী।(Nalbari Durga Puja)
আজি মহানৱমী বিহীত পূজা উপলক্ষে নলবাৰী জিলাৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়ত ভক্তৰ লানি নিচিনা সোঁত।
নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়ত ভক্তৰ লানি নিচিনা সোঁত দেখিবলৈ পোৱা গৈছে।
আজি মহা নৱমীত ৪৪ টা ম’হ, হাঁহ,পাৰ, ছাগলী কোমোৰা বলি দিয়াৰ বাবে বিল্বেশ্বৰ দেৱালয়ত প্ৰস্তুতি তুংগত।
লাখ লাখ ভক্তক আপ্যায়নৰ বাবে সাজু কৰি তুলিছে ভোগ।

