প্ৰেৰণাৰ উৎস ।আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত ষষ্ঠ স্থান লাভ কৰিছে যোৰহাটৰ নন্দিতাই । পিতৃয়ে ঘৰে ঘৰে সামগ্ৰী বিক্ৰী কৰে আৰু মাতৃয়েও লোকৰ ঘৰত কাম কৰে।

পৰিশ্ৰমী পিতৃ মাতৃ হালক আজি জীয়ৰীয়ে জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰটো দিলে। বৰভেটা নাও শলীয়া গাঁৱত এটা সৰু কোঠা ভাড়াত লৈ দেউতাকৰ ব্যৱসায়ৰ লগতে চলিছিল জীয়ৰীৰ শিক্ষা জীৱনৰ যাত্ৰা ।

নন্দিতাৰ ভৱিষ্যতৰ জীৱন অধিক উজ্জল হওঁক