দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।(Narendra Modi)
কলকাতাৰ পৰা হেলিকপ্টাৰেৰে কোকৰাঝাৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।
কোকৰাঝাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে।
কোকৰাঝাৰত বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
বিয়লি ৪ বজাত গুৱাহাটীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী।

