ৰোডশ্ব’ত প্ৰধানমন্ত্ৰীৰ সৈতে একেখন বাহনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।(Narendra modi)
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেখন বাহনতে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়লৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
সততে দুৰ্লভ এনে দৃশ্য দেখা গ’ল গুৱাহাটীত।
প্ৰথমবাৰলৈ এগৰাকী প্ৰধানমন্ত্ৰীয়ে এইদৰে মুখ্যমন্ত্ৰীক নিজৰ গাড়ীত উঠাই ৰোড শ্ব’ত অংশগ্ৰহণ কৰা দেখা গ’ল অসমত।

