বৰঝাৰ বিমানবন্দৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। (Narendra Modi)
বিমানবন্দৰত অৱতৰণ প্ৰধানমন্ত্ৰীগৰাকী।

বিমানবন্দৰত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
গুৱাহাটী বিমানবন্দৰৰ সন্মুখত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিশাল প্ৰতিমূৰ্তি উদ্ধোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

লগতে মুকলি কৰে বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল।

