Narendra Modi: ভাৰত ৰত্ন ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ প্ৰধানমন্ত্ৰীক

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি(Narendra Modi)প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি বছৰজোৰা সংগীতৰ ডয়েন ভাৰত ৰত্ন ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদ্‌যাপনৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়৷ ইয়াৰ চৰকাৰী বাসগৃহত প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা ২০ মিনিটৰ বৈঠকত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মোদীক অসম বায়’-ইথানল প্ল¬াণ্ট উদ্বোধন কৰাৰ লগতে প্ত,৭০০ কোটি টকাৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্প আৰু দৰং মেডিকেল কলেজ এণ্ড হাস্পতালৰ আধাৰশিলা স্থাপনৰ বাবেও আমন্ত্ৰণ জনায়৷ অহা জ্জ্ব ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানসমূহত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা আমন্ত্ৰণ প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা আমন্ত্ৰণ গ্ৰহণ কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা আমন্ত্ৰণ গ্ৰহণ কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ড॰ শৰ্মাই৷

মুখ্যমন্ত্ৰী ড॰ শৰ্মাই পোষ্ট কৰে যে, ‘আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰীক লগ পোৱাটো মোৰ সৌভাগ্যৰ কথা আছিল৷ ভাৰত ৰত্ন ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বছৰজোৰা উদ্‌যাপনৰ উদ্বোধনী অনুষ্ঠানত তেওঁক মুখ্য অতিথি হিচাপে অসমলৈ নিমন্ত্ৰণ কৰাৰ গৌৰৱ লাভ কৰিলোঁ৷ লগতে ৩০০ কেটিপিএ বাহক ফিডষ্টক হিচাপে ব্যৱহাৰ কৰি ৪৯ কেটিপিএ ইয়াৰ উপৰি প্ত,৭০০ কোটিৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্প আৰু দৰং মেডিকেল কলেজ এণ্ড হাস্পতালৰ দুটা মূল আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈও অনুৰোধ জনালোঁ৷ প্ৰধানমন্ত্ৰীয়ে অহা জ্জ্ব ছেপ্টেম্বৰত এই গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ শোভা বঢ়াবলৈ সন্মত হৈছে ৷’

Related Articles