Breaking

গহপুৰত বিজেপিৰ সংকল্প যাত্ৰাৰ অংশ স্বৰূপে নাৰী শক্তি বন্দন…

0 22

গহপুৰত বিজেপিৰ সংকল্প যাত্ৰাৰ অংশ স্বৰূপে নাৰী শক্তি বন্দন কাৰ্যসূচী ৰূপায়ণ।গহপুৰ নগৰৰ মাজৰে মহিলা সকলে এক পদযাত্ৰা বাহিৰ কৰি নাৰী শক্তি বদন কাৰ্যসূচী ৰূপায়ণ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংকল্প যাত্ৰাৰ প্ৰতি সঁহাৰি জনাই নাৰী শক্তিক জাগ্ৰত কৰিবলৈ এই নাৰী শক্তি বদন কাৰ্যসূচী। নাৰী সৱলীকৰন,সকলো ক্ষেত্ৰত যাতে নাৰী সমাজ আগবাঢ়ি যাব পাৰও সেয়ে নাৰী শক্তি বদনৰ মূল লক্ষ্য।

Leave A Reply