National Girl Child Day: আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস…

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন। সৰুপথাৰ সম জিলাৰ অন্তৰ্গত উৰিয়ামঘাট ২নং চেতিয়া গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত।(National Girl Child Day)

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপনত নিমন্ত্ৰিত অতিথি NEDSSSৰ কদিনেটাৰ মনোজ টেটে লগতে ২নং চুতিয়া গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী দিপালী কোঁৱৰ আৰু গাঁৱৰ গাঁও বুঢ়া লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকি কন্যা শিশুৰ শুভ যাত্ৰা কৰা হয়।

মনোজ টেটে জানিব দিয়া মতে ছোৱালীৰ শিক্ষা, শাৰীৰিক অত্যাচাৰ, বাল্য বিবাহৰ পৰা সজাগ কৰি তুলিবলৈ কন্যা শিশু দিৱস উদযাপন কৰা হৈছে।

Related Articles