অসম-মিজোৰাম সংঘৰ্ষক লৈ প্ৰতিবেদন দাখিল ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (এনএইচআৰচি) দেওবাৰে কেন্দ্ৰীয় গৃহ সচিব আৰু অসম আৰু মিজোৰামৰ মুখ্য সচিবসকলক ২৬ জুলাইত সংঘটিত দুয়োখন ৰাজ্যৰ মাজত আন্তঃৰাজ্যিক সীমান্ত সংঘৰ্ষক লৈ জাননী জাৰি কৰে। এনএইচআৰচিয়ে তেওঁলোকক চাৰি সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কয়। এন.এইচ.আৰ.চি.-য়ে কয় যে ২৬ জুলাইত “মানৱ অধিকাৰৰ গুৰুতৰ উলংঘন” সংঘটিত হৈছিল।

Related Articles