ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Toilet Water: শৌচাগাৰৰ পানীৰ পৰা ৩০০ কোটি উপাৰ্জন !

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে মথুৰাৰ এটা প্ৰকল্পত তেওঁলোকে কেনেকৈ শৌচাগাৰৰ পানী পৰিশোধন কৰিছিল সেই বিষয়ে অৱগত কৰিছে। এই পুনঃব্যৱহৃত পানীক ঔদ্যোগিক ব্যৱহাৰত ব্যৱহাৰ কৰিব পাৰি আৰু আমি কঠিন আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনাৰ চাৰিওফালে নীতি সৃষ্টিৰ দিশত কাম কৰি আছে বুলিও কয়।(Toilet Water)

Donald Trump: বিৰোধীৰ প্ৰশ্নৰ সন্মুখত নতুন নিৰ্দেশনা ! আমেৰিকাৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰিৱৰ্তনৰ নিৰ্দেশ ট্ৰাম্পৰ

ট্ৰাম্পৰ নতুন কাৰ্যবাহী আদেশ অনুসৰি নাগৰিকত্বৰ প্ৰমাণ অবিহনে কোনো ভোটাৰে আমেৰিকাত ভোটদানৰ বাবে পঞ্জীয়ন কৰিব নোৱাৰিব। তদুপৰি নির্বাচনৰ দিনলৈকে সকলোৱে ভোটদান কৰিব লাগিব বুলিও নিদেৰ্শত উল্লেখ আছে৷(Donald Trump)

Justice Yashwant Varma: বাসগৃহত ধনৰ পাহাৰঃ ন্যায়িক দায়িত্বৰ পৰা অব্যাহতি ন্যায়াধীশ যশৱন্ত বাৰ্মাক

দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহত বৃহৎ পৰিমাণৰ পোৰা নগদ ধন উদ্ধাৰ হোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আছে।(Justice Yashwant Varma)

MPs salary hike: সাংসদ আৰু প্ৰাক্তন সাংসদসকলৰ বাঢ়িব দৰমহা, ভাট্টা, পেঞ্চন। ২৪ শতাংশ বৃদ্ধিৰ বাবে অধিসূচনা জাৰি কেন্দ্ৰৰ

‘সংসদ সদস্যৰ দৰমহা, ভাট্টা আৰু পেঞ্চন আইন’ৰ অধীনত কৰা তেনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ বৰ্তমান আৰু প্ৰাক্তন সাংসদসকলৰ দৰমহা আৰু পেঞ্চন শেষবাৰৰ বাবে বৃদ্ধি হৈছিল ২০১৮ চনত। (MPs salary hike)

সংসদৰ সদস্যসকলৰ দৰমহা, ভাট্টা আৰু পেঞ্চন বৃদ্ধি । Members of Parliament

Members of Parliament । সোমবাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি, ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰই সংসদৰ সদস্যসকলৰ দৰমহা, ভাট্টা...

Popular