ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Arms Importer: অস্ত্ৰৰ আমদানিত দ্বিতীয় বৃহত্তম দেশ ভাৰত !

অস্ত্ৰ আমদানিৰ ক্ষেত্ৰত জেলেনস্কিৰ দেশ প্ৰথম স্থানত আছে, তাৰ পিছতে ভাৰত! আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনত প্ৰকাশ।(Arms Importer)

গংগা জলচুক্তিৰ নৱীকৰণ সন্দৰ্ভত কলকাতাত ভাৰত-বাংলাদেশ বৈঠক । GANGA WATER TREATY RENEWAL

গংগা জলচুক্তিৰ নৱীকৰণ সন্দৰ্ভত কলকাতাত ভাৰত-বাংলাদেশ বৈঠক । GANGA WATER TREATY RENEWAL

Vantara Inauguration: গুজৰাটৰ জামনগৰত বন্যপ্ৰাণী উদ্ধাৰ আৰু সংৰক্ষণ কেন্দ্ৰ বনতাৰা উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

গুজৰাটৰ জামনগৰত বনতাৰাৰ শুভ উদ্বোধন(Vantara Inauguration)প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্যপ্ৰাণী উদ্ধাৰ, পুনৰ্বাসন, আৰু সংৰক্ষণ কেন্দ্ৰ বনতাৰা উদ্বোধন কৰে। বন্যপ্ৰাণীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে পাৰ কৰিলে বহু সময়।

Sunita Williams: মহাকাশৰ পৰা অতি শীঘ্ৰে পৃথিৱীলৈ উভতিব সুনীতা উইলিয়ামছ আৰু বাটছ উইলম’ৰ

বয়িং ষ্টাৰলাইনাৰ মহাকাশযানখনৰ কাৰিকৰী সমস্যাৰ পিছত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দীৰ্ঘদিন ধৰি থকাৰ পিছত মাৰ্চৰ শেষৰ ফালে পৃথিৱীলৈ উভতি আহিব নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে।(Sunita Williams)

IIT Baba: ৰাজস্থানৰ জয়পুৰত আটক IIT বাবা অভয় সিঙক

আই আই টি বাবা অভয় সিঙক গ্ৰেপ্তাৰ,(IIT Baba) আই আই টি বাবা অভয় সিঙে হোটেলৰ কোঠা এটাত গাঞ্জা পেকেট এটা উলিয়াই কলে- গাঞ্জাৰ প্ৰসাদ সোৱাদ ললো।

Popular